চৌদী আৰবত অসমীয়া যুৱকক তালীবানী শাস্তি, VIDEO…

চৌদী আৰবত অসমীয়া যুৱকক তালীবানী শাস্তি, VIDEO…
  • পুনৰ বহিঃ দেশত আক্ৰমণৰ সন্মুখীন অসমৰ যুৱক।
  • এইবাৰ চৌদী আৰবত অসমৰ যুৱকক হত্যাৰ অপচেষ্টা।
  • চৌদী আৰবৰ আলখাৰ্জত কৰ্মসূত্ৰে থকা অসমৰ যুৱকগৰাকীক চোকা অস্ত্ৰৰে কাটি শৰীৰত আঘাত কৰে।
  • অসমৰ যুৱকজনৰ ঘৰ হোজাইৰ নুৰ নগৰত।
  • কৰ্মৰত প্ৰতিষ্ঠানখনৰ মালিকে আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় অসমৰ যুৱকজন।
  • হোজাইৰ যুৱকগৰাকীৰ নাম মিনাজ উদ্দিন।
  • গাফীৰউদ্দিন নামৰ যুৱকজনে ৫ মাহৰ পূৰ্বে যুৱকজনক লৈ গৈছিল চৌদি আৰৱলৈ।
  • হোজাইৰ একাংশ যুৱকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় মিনাজ উদ্দিন।
  • শ্ৰমিক হিচাপে চৌদি আৰৱত নিয়োজিত আছিল মিনাজ উদ্দিন।
  • মিনাজ উদ্দিনৰ পিতৃ নুৰ নগৰৰ গাওঁবুঢ়া।
  • ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে মিনাজ উদ্দিনৰ বহুকেইটা ভিডিঅ'।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in