শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২৫৯৫জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৫৪৫৩জনলৈ পাইছে বৃদ্ধি...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  এইমছৰ পৰা ঘৰলৈ উভতিল অমিত শ্বাহ...  •  সঁচা কথা লুকাই নাথাকে! দিল্লীলৈ দৌৰিলে হিমন্ত-সৰ্বানন্দ...  •  গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ! গহণা চুৰিৰ সন্দেহত নিৰীহ যুৱকক পাশৱিক নিৰ্যাতন...  •  প্ৰধানমন্ত্ৰীৰ জন্মদিনৰে সংগতি ৰাখি "সেৱা সপ্তাহ" উপলক্ষে বটদ্ৰৱাত স্বচ্ছতা অভিযান...  •  ভাৰত-নাগা সংঘাতৰ মিমাংসাত অন্তৰ্ভূক্ত হ’ব লাগিব নগাৰ পতাকা আৰু সংবিধানৰ বিষয়: এন এছ চি এন (আই এম)  •  নগাঁৱৰ হয়বৰগাঁৱত কেঁকো সাপসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...  •  অৰুণাচলত জলপ্ৰলয়! পাহাৰ খহি পৰিল নদীত... VIDEO

চৌদী আৰবত অসমীয়া যুৱকক তালীবানী শাস্তি, VIDEO…

1,726
  • পুনৰ বহিঃ দেশত আক্ৰমণৰ সন্মুখীন অসমৰ যুৱক।
  • এইবাৰ চৌদী আৰবত অসমৰ যুৱকক হত্যাৰ অপচেষ্টা।
  • চৌদী আৰবৰ আলখাৰ্জত কৰ্মসূত্ৰে থকা অসমৰ যুৱকগৰাকীক চোকা অস্ত্ৰৰে কাটি শৰীৰত আঘাত কৰে।
  • অসমৰ যুৱকজনৰ ঘৰ হোজাইৰ নুৰ নগৰত।
  • কৰ্মৰত প্ৰতিষ্ঠানখনৰ মালিকে আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় অসমৰ যুৱকজন।
  • হোজাইৰ যুৱকগৰাকীৰ নাম মিনাজ উদ্দিন।
Image may contain: 1 person, indoor
  • গাফীৰউদ্দিন নামৰ যুৱকজনে ৫ মাহৰ পূৰ্বে যুৱকজনক লৈ গৈছিল চৌদি আৰৱলৈ।
  • হোজাইৰ একাংশ যুৱকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় মিনাজ উদ্দিন।
  • শ্ৰমিক হিচাপে চৌদি আৰৱত নিয়োজিত আছিল মিনাজ উদ্দিন।
  • মিনাজ উদ্দিনৰ পিতৃ নুৰ নগৰৰ গাওঁবুঢ়া।
  • ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে মিনাজ উদ্দিনৰ বহুকেইটা ভিডিঅ’।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি