সত্যেন্দ্ৰ নাথ কলিতাক আসাম ইলেক্ট্ৰিচিটী ৰেগুলেটৰী কমিছনৰ কাৰিকৰী সদস্য নিযুক্তি

সত্যেন্দ্ৰ নাথ কলিতাক আসাম ইলেক্ট্ৰিচিটী ৰেগুলেটৰী কমিছনৰ কাৰিকৰী সদস্য নিযুক্তি
  • সত্যেন্দ্ৰ নাথ কলিতাক আসাম ইলেক্ট্ৰিচিটী ৰেগুলেটৰী কমিছনৰ কাৰিকৰী সদস্য নিযুক্তি।
  • মাল্টি মেম্বাৰৰ কাৰিকৰী সদস্য হ'ব সত্যেন্দ্ৰ নাথ কলিতা।
  • এইজিচিএলৰ পৰিচালন সঞ্চালক আছিল কলিতা।
  • ইলেক্ট্ৰিচিটী এক্ট, ২০০৩ৰ ৮২ (৫) ধাৰাৰ অধীনত অসম চৰকাৰে তেওঁক নিযুক্তি দিছে।
  • ৫ বছৰৰ কাৰণে নিযুক্তি দিয়া হৈছে সত্যেন্দ্ৰ নাথ কলিতাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in