বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক সত্যনাথ দাসৰ দেহাৱসান

  • বিশিষ্ট শিক্ষাবিদ, সমাজ সংস্কাৰক সত্যনাথ দাসৰ দেহাৱসান।
  • বৃহস্পতিবাৰে নিশা বৰেপেটাৰোডৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে দাসে।
  • স্থানীয় অঞ্চলৰ কেইবাটাও সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল তেওঁ।
  • বিশিষ্ট শিক্ষাবিদগৰাকীৰ মৃত্যুত অসমৰ বৌদ্ধিক মহলত শোকৰ ছাঁ পৰে।
  • শুকুৰবাৰে দল-সংগঠনৰ লগতে তেওঁৰ গুণগ্ৰাহীসকল বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in