আজি পুনৰ গুৱাহাটী মধ্যম খণ্ডৰ ফেৰী চলাচল বন্ধ

আজি পুনৰ গুৱাহাটী মধ্যম খণ্ডৰ ফেৰী চলাচল বন্ধ
  • শনিবাৰে পুৱাৰ পৰা পুনৰ বন্ধ হল গুৱাহাটীৰ মধ্যমখণ্ড ঘাটৰ ফেৰী সেৱা।
  • শুকুৰবাৰেও লুইতৰ পানী শুকুৱাৰ বাবে ফেৰী চলাচলত অসুবিধা হোৱা বুলি বন্ধ কৰি দিছিল ফেৰীসেৱা।
  • কোনো আগতীয়া জাননী নিদিয়াকৈ জল পৰিবহন বিভাগে বন্ধ কৰিলে ফেৰী সেৱা।
  • অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰী সকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in