শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ’ল ৮হাজাৰো অধিক লোক…

ফাইল ফটো
ফাইল ফটো
  • দেশত দিনক দিনে অধিক পৰিমাণে বাঢ়িছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
  • শনিবাৰৰ দিনটোত(নিশা ১২ বজালৈকে) দেশত কোৰোনাত আক্ৰান্ত হৈছে ৮,৩০১গৰাকী লোক।
  • ইফালে এই সময়খিনিত মৃত্যু হৈছে ২০০ৰো অধিক লোক।
  • ভাৰতত বৰ্তমানলৈ কোৰোনাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ১,৮১,৭৯৬গৰাকী।
  • প্ৰাণ হেৰুৱা মুঠ লোকৰ সংখ্যা হৈছে ৫,১৮৫।
  • আৰোগ্য লাভ কৰিছে প্ৰায় ৮৭হাজাৰো অধিক লোকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in