শনিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰলৰ মূল্য

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • পেট্ৰলৰ মুল্যবৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত।
  • শনিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰলৰ মূল্য।
  • ১১ পইচাকৈ বৃদ্ধি পালে প্ৰতিলিটাৰ পেট্ৰলৰ দাম।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৮৪.৮৮ টকা।
  • আনহাতে আজিও ডিজেলৰ দাম অপৰিৱৰ্তিত।
  • গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ দাম ৭৭.২৪ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in