শনিবাৰে হ্ৰাস পালে পে’ট্ৰল- ডিজেলৰ মূল্য

শনিবাৰে হ্ৰাস পালে পে’ট্ৰল- ডিজেলৰ মূল্য
  • শনিবাৰে হ্ৰাস পালে পে'ট্ৰল- ডিজেলৰ মূল্য।
  • ৰাজধানী চহৰ দিল্লীত প্ৰতিলিটাৰ পে'ট্ৰলত হ্ৰাস পালে ৮ পইচাকৈ।
  • ইফালে ডিজেল প্ৰতি লিটাৰত হ্ৰাস পালে ৫ পইচাকৈ।
  • দিল্লীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৭২.৯৮ টকাৰ বিপৰীতে প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৫.৯৫ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in