হাটশিঙিমাৰীৰ আৰক্ষী চকীতে আমছুৰ দুই গোটৰ মাজত মাৰপিট…

হাটশিঙিমাৰীৰ আৰক্ষী চকীতে আমছুৰ দুই গোটৰ মাজত মাৰপিট…

  • হাটশিঙিমাৰীত খাৰুৱাবান্ধা আৰক্ষী চকীত আমছুৰ দুই গোটৰ মাজত মাৰপিট
  • মাৰপিটত আহত এজন আমছুৰ কৰ্মী
  • আমছুৰ কৰ্মী জন ৰেজাউল ইছলাম খান
  • দক্ষিণ শালমাৰা মানকাচৰ জিলা আমছুৰ উপ সভাপতি
  • ঘটনাক লৈ আৰক্ষীয়ে আটক কৰিছে এজনক। নাম ছাইফুল ইছলাম
  • ছাইফুল ইছলাম সভাপতি শফিকুল আলমৰ ভাতৃ
  • জিলা সভাপতি শফিকুল আলমৰ নেতৃত্বৰ এই মাৰপিটৰ ঘটনা হয়
  • ইতিমধ্যে জিলা সভাপতি সহ ৫ জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে
  • জিলা আমছুৰ উপ সভাপতি জন দক্ষিণ শালমাৰাৰ সমস্যা আৰু চৰকাৰী ছোলাৰ বিতৰণত দুৰ্নীতি হোৱাৰ অভিযোগক লৈ জিলা উপায়ুক্তক লিখিত অভিযোগ দিব আহিছিল
  • জিলা আমছুক নজনোৱাকৈ অভিযোগ দিয়া বাবে এইদৰে দুই গোটৰ মাজত মাৰপিট হয়

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in