বিজেপিৰ টিকট নাপালেও পাটনাৰ পৰাই নিৰ্বাচন খেলিব শত্ৰুঘ্ন সিনহাই

বিজেপিৰ টিকট নাপালেও পাটনাৰ পৰাই নিৰ্বাচন খেলিব শত্ৰুঘ্ন সিনহাই
  • বিজেপিৰ পৰা টিকট নাপালেও নিৰ্বাচন খেলিবই শত্ৰুঘ্ন সিনহাই।
  • পাটনাৰ পৰাই তেওঁ খেলিব ২০১৯ৰ লোকসভা নিৰ্বাচন।
  • আজি সেই পৰিৱেশ নাই বুলি বিজেপিৰ পুনৰ সমালোচনা সিনহাৰ।
  • এইবাৰ নিৰ্বাচনতো তেওঁ জয়ী হ'ব বুলি দাবী।
  • কোন দলৰ হৈ নিৰ্বাচন খেলিব সেই কথা এতিয়াও প্ৰকাশ কৰা নাই এসময়ৰ বলীউডৰ অভিনেতাগৰাকীয়ে।
  • সময়ত এই কথা জনাব বুলি ক'লে সিনহাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in