শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

“চচুৰাল চিমৰ কা”ৰ অভিনেতা আশীষ ৰয়ৰ দেহাৱসান…

206

ডিজিটেল ডেস্কঃ ষ্টাৰ প্লাছৰ জনপ্ৰিয় ধাৰাবাহিক চচুৰাল চিমৰ কাৰ অভিনেতা আশীষ ৰয়ে ৫৫ বছৰ বয়সত তেওঁৰ মুম্বাইস্থিত ঘৰত মৃত্যুবৰণ কৰে। আশীষ ৰায় কিছুদিনৰ পৰা কিডনীজনিত ৰোগত আক্ৰান্ত আছিল।

তেওঁৰ মৃত্যুৰ সন্দৰ্ভত ধাৰাবাহিকখনৰ মাতাজী চৰিত্ৰ ৰূপায়ন কৰা জয়তি ভাটিয়াই এটা পোষ্ট চেয়াৰ কৰি দুখ প্ৰকাশ কৰিছে। উল্লেখ্য যে আশীষ শৰ্মাই ইয়াৰ পূৰ্বেও তেওঁ শৰীৰ সম্পৰ্কীয় বিষয়ত চৰ্চালৈ আহিছিল। তেওঁ সামাজিক মাধ্যমত সহায় বিচাৰিও পোষ্ট চেয়াৰ কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি