কথমপি বাচিল শশী থৰুৰ…

কথমপি বাচিল শশী থৰুৰ…
  • কংগ্ৰেছৰ জ্যেষ্ঠ সাংসদ শশী থৰুৰৰ কথমপি প্ৰাণৰক্ষা।
  • তিৰুৱান্তপুৰমৰ মন্দিৰ দৰ্শনৰ বাবে গৈছিল থৰুৰ।
  • প্ৰাৰ্থনা কৰি থাকোতে পৰি আহত হয় কংগ্ৰেছ নেতাগৰাকী।
  • বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁ।
  • মূৰৰ কেইবাঠাইতো আঘাত পাইছে শশী থৰুৰে।
  • চিকিৎসকৰ তত্বাবধানত আছে কংগ্ৰেছৰ সাংসদগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in