শেহতীয়া খবৰ
শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  দক্ষিণ শালমাৰা মানকাচৰৰ ৫৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পোলিং বিষয়া  •  পুনৰ লাডেনৰ সন্ত্ৰাস, হত্যা কৰিলে এজন লোকক  •  'হিমন্ত জ’কাৰ, ৰাইজে জ’কাৰৰ নৃত্য চাই ভোট নিদিয়ে’  •  শ্ৰীলংকাত হোটেল, গীৰ্জাত ৬টাকৈ ধাৰাবাহিক বিস্ফোৰণঃ ৫২ জনৰ মৃত্যু, ৩০০ৰো অধিক আহত  •  শ্ৰীলংকাত হোটেল, গীৰ্জাত ৬টাকৈ ধাৰাবাহিক বিস্ফোৰণঃ ৫২ জনৰ মৃত্যু, ৩০০ৰো অধিক আহত  •  দুদিনীয়া কাৰ্যসূচীৰে চীনলৈ বিদেশ সচিব বিজয় কেশৱ গোখলে  •  দুদিনীয়া কাৰ্যসূচীৰে চীনলৈ বিদেশ সচিব বিজয় কেশৱ গোখলে

কথমপি বাচিল শশী থৰুৰ…

421
  • কংগ্ৰেছৰ জ্যেষ্ঠ সাংসদ শশী থৰুৰৰ কথমপি প্ৰাণৰক্ষা।
  • তিৰুৱান্তপুৰমৰ মন্দিৰ দৰ্শনৰ বাবে গৈছিল থৰুৰ।
  • প্ৰাৰ্থনা কৰি থাকোতে পৰি আহত হয় কংগ্ৰেছ নেতাগৰাকী।
  • বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে তেওঁ।
  • মূৰৰ কেইবাঠাইতো আঘাত পাইছে শশী থৰুৰে।
  • চিকিৎসকৰ তত্বাবধানত আছে কংগ্ৰেছৰ সাংসদগৰাকী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি