সৰুসজাইত ২৯৭০১ গৰাকী শিক্ষক নিযুক্তি,ৰাতিপুৱাৰে পৰা প্ৰাৰ্থীৰ দিঘলীয়া শাৰী,তীব্ৰ যানজঁট…

সৰুসজাইত ২৯৭০১ গৰাকী শিক্ষক নিযুক্তি,ৰাতিপুৱাৰে পৰা প্ৰাৰ্থীৰ দিঘলীয়া শাৰী,তীব্ৰ যানজঁট…
  • সৰুসজাইত ৰাজ্য চৰকাৰৰ নিযুক্তি সমাৰোহ ।
  • ২৯৭০১ গৰাকী শিক্ষকক প্ৰদান কৰা হ'ব নিযুক্তি ।
  • শিক্ষানুষ্ঠান প্ৰাদেশিকৰনৰ যোগেৰে ১৬,২১৭ গৰাকীক নিযুক্তি দিয়া হ'ব ।
  • টেট উত্তীৰ্ণ ১৩,২১৭ গৰাকীয়ে লাভ কৰিব নিযুক্তি ।
  • ৰাতিপুৱাৰে বেহৰবাৰীৰ পৰা সাউকুচিলৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থী আৰু পৰিয়ালৰ লোকৰ দিঘলীয়া শাৰী।
  • দক্ষিন গাওঁ, বেলতলা চাৰিআলিৰ লগতে সৰসজাই ষ্টেডিয়ামৰ সন্মুখ ভাগতো ব্যাপক যানজঁটৰ সৃষ্টি হৈছে ।
  • প্ৰায় ৭০ হাজাৰ নিযুক্তি প্ৰাপ্ত আৰু পৰিয়ালৰ লোকে পাতিছে শাৰী ।
  • আনহাতে বাহন ৰখাৰ বাবে নিৰ্দিষ্ট স্থানৰ ব্যৱস্থা কৰা হৈছি যদিও পাৰ্কি স্থান সমূহ সম্পূৰ্ণ ৰূপে ভৰি পৰে গাড়ীৰে ।
  • পাৰ্কিং স্থান সমূহ ভৰি পৰাৰ ফলত দাতিকাষৰীয়া পথ সমূহত বাহন সমূহ ৰাখিব লগীয়া হয় ।
  • যাৰ ফলত পথ সমূহত এক অভাৱনীয় তীব্ৰ যানজঁটৰ সৃষ্টি হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in