বৰপথাৰত ভংয়কৰ পথ দুৰ্ঘটনা, নিহত ১

বৰপথাৰত ভংয়কৰ পথ দুৰ্ঘটনা, নিহত ১

ডিজিটেল সংবাদ, সৰুপথাৰঃ বৰপথাৰ সৰুপথাৰ সংযোগী পথৰ ছেৱাগুৰি তিনিআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এজন স্কুটী আৰোহী তেজেৰে লুতুৰি পুতুৰি অৱস্থাত স্থানীয় ৰাইজে পুৱা প্ৰত্যক্ষ কৰি এম্বুলেঞ্চক খবৰ দিয়ে ৷

স্থানীয় লোকে জানিবলৈ দিয়া মতে এখন বলে'ৰয়ে খুন্দিয়াই থৈ যায় স্কুটী আৰোহী গৰাকীক ৷ সংকটজনক অৱস্থাত সৰুপথাৰ চিকিংসালয়ত ভৰ্তি কৰা যদিও পাছত তেওঁৰ মৃত্যু হয়। জানিব পৰা মতে মৃত ব্যক্তি গৰাকী উৰিয়ামঘাটৰ যোগেন্দ্ৰ ধিতালৰ বুলি জানিব পৰা গৈছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in