শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

বৰপথাৰত ভংয়কৰ পথ দুৰ্ঘটনা, নিহত ১

2,195

ডিজিটেল সংবাদ, সৰুপথাৰঃ বৰপথাৰ সৰুপথাৰ সংযোগী পথৰ ছেৱাগুৰি তিনিআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এজন স্কুটী আৰোহী তেজেৰে লুতুৰি পুতুৰি অৱস্থাত স্থানীয় ৰাইজে পুৱা প্ৰত্যক্ষ কৰি এম্বুলেঞ্চক খবৰ দিয়ে ৷

স্থানীয় লোকে জানিবলৈ দিয়া মতে এখন বলে’ৰয়ে খুন্দিয়াই থৈ যায় স্কুটী আৰোহী গৰাকীক ৷ সংকটজনক অৱস্থাত সৰুপথাৰ চিকিংসালয়ত ভৰ্তি কৰা যদিও পাছত তেওঁৰ মৃত্যু হয়। জানিব পৰা মতে মৃত ব্যক্তি গৰাকী উৰিয়ামঘাটৰ যোগেন্দ্ৰ ধিতালৰ বুলি জানিব পৰা গৈছে

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি