শেহতীয়া খবৰ
অন্তঃত এদিনৰ বাবে সকাহ…  •  যমদুৱাৰ বনভোজস্থলীত অঘটন, নদীত পৰি সন্ধানহীন অৰুণাচলৰ ছাত্ৰ...  •  চৰাইদেউত বিকল খোৱাপানী যোগান আঁচনি, ক্ষুব্ধ স্থানীয় ৰাইজ... VIDEO  •  নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত...  •  দিল্লীৰ বিবাহস্থলীত দুৰ্বৃত্তৰ গুলীবৰ্ষণ, গুৰুতৰভাৱে আহত এজন  •  মঙলবাৰে নিৰ্বাচনী আয়োগৰে ছ’চিয়েল মিডিয়াৰ প্ৰতিনিধিৰ গুৰুত্বপূৰ্ণ বৈঠক...  •  হাৰিয়ানাত চিআৰপিএফৰ ৮০ সংখ্যক বাৰ্ষিক অধিবেশন...  •  আগন্তুক লোকসভা, বিধানসভা নিৰ্বাচনৰ বাবে সাজু অন্ধপ্ৰদেশৰ তেলেগু দেশম পাৰ্টি  •  নাহৰকটীয়াত আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী  •  বিজেপিত খহনীয়া, ২ মন্ত্ৰী আৰু ৫ বিধায়কে আজি যোগ দিব নতুন দলত!

সৰুপথাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰে’ল অৱৰোধ, আবদ্ধ উজনিমুৱা অৱধ অসম এক্সপ্ৰেছ

88
  • সৰুপথাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰে’ল অৱৰোধ।
  • চুতীয়া ছাত্ৰ সন্থা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যসূচী।
  • প্ৰতিবাদৰ ফলত আবদ্ধ উজনিমুৱা অৱধ অসম এক্সপ্ৰেছ।
  • প্ৰায় ৩০ গৰাকী প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি