সৰুপথাৰত চেন্টাৰ ফৰ ডেভেলপমেন্ট নামৰ সংস্থাৰ উদ্যোগত উত্তৰ-পূৰ্বাঞ্চল ঘৰুৱা শ্ৰমিক সপ্তাহৰ সফল সামৰণি…

সৰুপথাৰত চেন্টাৰ ফৰ ডেভেলপমেন্ট নামৰ সংস্থাৰ উদ্যোগত উত্তৰ-পূৰ্বাঞ্চল ঘৰুৱা শ্ৰমিক সপ্তাহৰ সফল সামৰণি…

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ সৰুপথাৰত চেন্টাৰ ফৰ ডেভলপমেন্ট নামৰ বে – চৰকাৰী সংস্থাৰ উদ্যোগত হোৱা North -East Domestic Workers week ৰ সফল সামৰণি পৰে।সামৰনি অনুষ্ঠানত জিলা পৰিষদৰ সদস্য,ফাষ্টাৰ নিতুপল চৰেন,চিকিৎসক ৰাকেশ আৰু শিশু উন্নয়ন সমিতিৰ সদস্য দেবিড কেৰকেটাকে প্ৰমূখ্য কৰি বহুতো গন্যমান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্যযে ঘৰুৱা শ্ৰমিকসকলৰ সজাগ অাৰু সজাগতাৰ বাবে সংস্থাটোৱে সজাগতা সভা, poster camping আৰু signature camping কৰা হয় বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in