সৰুপথাৰ আৰক্ষীৰ জালত চুপাৰি সৰবৰাহকাৰী…

সৰুপথাৰ আৰক্ষীৰ জালত চুপাৰি সৰবৰাহকাৰী…
  • সৰুপথাৰ আৰক্ষীৰ জালত চুপাৰি সৰবৰাহকাৰী।
  • আৰক্ষীয়ে আটক কৰিলে মুঠ ৩ জন চুপাৰী সৰবৰাহকাৰীক।
  • আটক টনী কুমাৰ, দীপক আৰু নয়ন ঘোষক।
  • ইয়াৰে আটকাধীন দীপকৰ ঘৰ মুম্বাইত বুলি জনাইছে আৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in