ভয়ংকৰ! দাৰে ঘপিয়াই হত্যা নিজ কন্যাক…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • সৰ্থেবাৰীৰ বামুণপাকাত ভয়ংকৰ ঘটনা।
  • মাতৃৰ হাতত প্রাণ গ'ল এটি ৪ বছৰীয়া কন্যাৰ।
  • জয়া মণ্ডলে দাৰে ঘপিয়াই হত্যা কৰিলে নিজ কন্যাক।
  • মৃত শিশুটিৰ নাম ৰূপা মণ্ডল বুলি জানিব পৰা গৈছে।
  • সমগ্র ঘটনা প্রত্যক্ষ কৰে নিজ পুত্রই।
  • মৃত কন্যা শিশুটিক পিতৃ নৰেশ মণ্ডলে লৈ আহে সৰ্থেবাৰী থানালৈ।
  • আৰক্ষীয়ে আটক কৰে হত্যাকাৰী মাতৃ জয়া মণ্ডলক।
  • হত্যাৰ প্রকৃত কাৰণ জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in