শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

নিবনুৱাসকলৰ বাবে সুখবৰঃ মেট্ৰিক পাছ কৰা প্ৰাৰ্থীয়েও কৰিব পাৰিব আৱেদন…

6,316

ডিজিটেল ডেস্কঃ দেশৰ নিবনুৱাসকলৰ বাবে সুখবৰ। ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল’পমেন্ট অৰ্গেনাইজেশ্যন চমুকৈ ডি আৰ ডি অ’ত আৰম্ভ হৈছে ২২৪টা পদৰ বাবে আৱেদন প্ৰক্ৰিয়া। আৰু এই পদসমূহত আৱেদন কৰিবলৈ প্ৰাৰ্থীসকল হ’ব লাগিব দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ।

যিসকল লোকে এই বিভাগটোত চাকৰি কৰিব বিচাৰে তেওঁলোকে অনলাইন আৱেদন কৰিব পাৰে। উল্লেখ্য যে, এই পদসমূহৰ বাবে আৱেদন কৰা অন্তিম তাৰিখ ১৫ অক্টোবৰ, ২০১৯। যদি আপোনালোক ইচ্ছুক তেন্তে তলত এই সন্দৰ্ভত কিছু কথা উল্লেখ কৰা হ’ল-

পদসমূহৰ নাম আৰু সংখ্যাঃ

ষ্টেন’গ্ৰাফাৰ গ্ৰেড-II: ১৩টা পদ।

এডমিনিষ্ট্ৰেটিভ এছিষ্টেন্ট (এ): ৫৮টা পদ।

ষ্ট’ৰ এছিষ্টেন্ট (এ): ৩২টা পদ।

ছিকিউৰিটী এছিষ্টেন্ট (এ): ৪০টা পদ।

ক্লাৰ্ক (কেন্টিন মেনেজাৰ গ্ৰেড-III) : ৩টা পদ।

এছিষ্টেন্ট হালৱাই ও ৰান্ধনীঃ ২৮টা পদ।

ভেহিকল অপাৰেটৰ (এ): ২৩টা পদ।

ফায়াৰ ইঞ্জিন ড্ৰাইফাৰ (এ): ৬টা পদ।

ফায়াৰমেনঃ ১৩টা পদ।

শিক্ষাগত অৰ্হতাঃ এই পদসমূহত আৱেদন কৰিবলৈ বিচৰা লোকসকলে দশম আৰু দ্বাদশ শ্ৰেণী পাছ হ’ব লাগিব।

আৱেদনকাৰী বয়সঃ এই পদসমূহত আৱেদন কৰা প্ৰাৰ্থীসকলৰ বয়স ১৮ৰ পৰা ২৭ বছৰ হ’ব লাগিব।

আৱেদন মাচুলঃ ১০০ টকা।

উল্লেখ্য যে, ২১ ছেপ্টেম্বৰ, ২০১৯ৰ পৰা এই পদসমূহত আৱেদন আৰম্ভ হৈছে। আৰু ইচ্ছুক প্ৰাৰ্থীসকলে drdo.gov.in ত গৈ অনলাইন আৱেদন কৰিব পাৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি