নিবনুৱাসকলৰ বাবে সুখবৰঃ মেট্ৰিক পাছ কৰা প্ৰাৰ্থীয়েও কৰিব পাৰিব আৱেদন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ দেশৰ নিবনুৱাসকলৰ বাবে সুখবৰ। ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেল'পমেন্ট অৰ্গেনাইজেশ্যন চমুকৈ ডি আৰ ডি অ'ত আৰম্ভ হৈছে ২২৪টা পদৰ বাবে আৱেদন প্ৰক্ৰিয়া। আৰু এই পদসমূহত আৱেদন কৰিবলৈ প্ৰাৰ্থীসকল হ'ব লাগিব দশম আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ।

যিসকল লোকে এই বিভাগটোত চাকৰি কৰিব বিচাৰেতেওঁলোকে অনলাইন আৱেদন কৰিব পাৰে। উল্লেখ্য যে, এই পদসমূহৰ বাবে আৱেদন কৰা অন্তিমতাৰিখ ১৫ অক্টোবৰ, ২০১৯। যদি আপোনালোক ইচ্ছুক তেন্তে তলত এই সন্দৰ্ভত কিছু কথাউল্লেখ কৰা হ'ল-

পদসমূহৰ নাম আৰু সংখ্যাঃ

ষ্টেন'গ্ৰাফাৰ গ্ৰেড-II: ১৩টা পদ।

এডমিনিষ্ট্ৰেটিভএছিষ্টেন্ট (এ): ৫৮টা পদ।

ষ্ট'ৰ এছিষ্টেন্ট (এ): ৩২টা পদ।

ছিকিউৰিটী এছিষ্টেন্ট(এ): ৪০টা পদ।

ক্লাৰ্ক (কেন্টিনমেনেজাৰ গ্ৰেড-III) : ৩টা পদ।

এছিষ্টেন্ট হালৱাই ওৰান্ধনীঃ ২৮টা পদ।

ভেহিকল অপাৰেটৰ (এ): ২৩টা পদ।

ফায়াৰ ইঞ্জিনড্ৰাইফাৰ (এ): ৬টা পদ।

ফায়াৰমেনঃ ১৩টা পদ।

শিক্ষাগত অৰ্হতাঃ এই পদসমূহত আৱেদন কৰিবলৈ বিচৰা লোকসকলে দশম আৰু দ্বাদশ শ্ৰেণী পাছ হ'ব লাগিব।

আৱেদনকাৰী বয়সঃ এই পদসমূহত আৱেদন কৰা প্ৰাৰ্থীসকলৰ বয়স ১৮ৰ পৰা ২৭ বছৰ হ'ব লাগিব।

আৱেদন মাচুলঃ ১০০ টকা।

উল্লেখ্য যে, ২১ছেপ্টেম্বৰ, ২০১৯ৰ পৰা এই পদসমূহত আৱেদন আৰম্ভ হৈছে। আৰু ইচ্ছুক প্ৰাৰ্থীসকলে drdo.gov.in তগৈ অনলাইন আৱেদন কৰিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in