পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO

পুনৰ ৪ দিনৰ বাবে ক্ৰাইম ব্ৰাঞ্চৰ জিম্মাত শ্বাৰ্জিল ইমাম, VIDEO
  • পুনৰ ৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ শ্বাৰ্জিল ইমাম।
  • ক্ৰাইম ব্ৰাঞ্চে জিম্মাত ললে চার্জিলক।
  • দেশদ্ৰোহিতাৰ গোচৰত ন্যায়ালয়ত বৃহস্পতিবাৰে হাজিৰ কৰা হৈছিল শ্বাৰ্জিল ইমামক।
  • তাৰ পিছতে তেওঁক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।
  • সেই অনুসৰি ম্যাদ শেষ হোৱাত সোমবাৰে পুনৰ তেওঁক হাজিৰ কৰোৱা হৈছিল।
  • তেওঁ অসম তথা উত্তৰ পূবক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ কথা কৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in