সাৰদা কেলেংকাৰীত অন্তৱৰ্তীকালীন জামিন পালে কোনে…

সাৰদা কেলেংকাৰীত অন্তৱৰ্তীকালীন জামিন পালে কোনে…
  • দেশ জোকাৰি যোৱা সাৰদা কেলেংকাৰী সন্দৰ্ভত উচ্চাৰিত হৈছিল ইজনৰ পাছত সিজনৰ নাম।
  • মন্ত্ৰী, বিধায়ক, নেতা, ব্যৱসায়ী, আৰক্ষী বিষয়াৰ নাম সাঙোৰ খাই পৰিছিল এই কেলেংকাৰীৰে।
  • প্ৰাক্তন বিত্তমন্ত্ৰীৰ পত্নীলৈ কলকাতা উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন জামিন।
  • পি চিদাম্বৰামৰ পত্নী নলিনী চিদাম্বৰামক সকাহ কলকাতা উচ্চ ন্যায়ালয়ৰ।
  • এই সময়চোৱাত গ্ৰেপ্তাৰ কৰিব নোৱাৰিব নলিনী চিদাম্বৰাকম।
  • ৬ সপ্তাহৰ পাছত পুনৰ হ'ব শুনানি।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in