অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰীৰ নাম প্ৰস্তাৱ কৰিলে সৰ্বানন্দ সোণোৱালে…

অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰীৰ নাম প্ৰস্তাৱ কৰিলে সৰ্বানন্দ সোণোৱালে…
  • অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব ড০ হিমন্ত বিশ্ব শৰ্মা ।
  • বিজেপিৰ বিধায়িনী দলৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহন কৰা হয় ।
  • বিধায়ীনি দলৰ বৈঠকত হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰিছিল সৰ্বানন্দ সোণোৱালে ।
  • দেওবাৰে বিয়লি ৰাজভৱনলৈ যাব হিমন্ত বিশ্ব শৰ্মা ।
  • চৰকাৰ গঠনৰ বাবে ৰাজ্যপালক আবেদন জনাব হিমন্ত বিশ্ব শৰ্মাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in