শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰীৰ নাম প্ৰস্তাৱ কৰিলে সৰ্বানন্দ সোণোৱালে…

  • অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা ।
  • বিজেপিৰ বিধায়িনী দলৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহন কৰা হয় ।
  • বিধায়ীনি দলৰ বৈঠকত হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰস্তাৱ কৰিছিল সৰ্বানন্দ সোণোৱালে ।
  • দেওবাৰে বিয়লি ৰাজভৱনলৈ যাব হিমন্ত বিশ্ব শৰ্মা ।
  • চৰকাৰ গঠনৰ বাবে ৰাজ্যপালক আবেদন জনাব হিমন্ত বিশ্ব শৰ্মাই ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি