আজি বৰাকত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে…

ফাইল ফটো
ফাইল ফটো
  • আজি বৰাকত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • ৰাতাবাৰীত সম্বোধন কৰিব প্ৰথমখন জনসভা।
  • ৰাতাবাৰীৰ পিছত কাটিগড়াতো সম্বোধিব জনসভা।
  • সোণাই সমষ্টিতো প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সোণোৱালে।
  • নিত্যগোপাল হাইস্কুল খেলপথাৰত অনুষ্ঠিত হ'ব নিৰ্বাচনী সভা।
  • সোণাইৰ পৰা উপস্থিত হ'বগৈ ধলাইত।
  • ধলাইত বিজেপি প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in