‘যিখন দেশত সকলো লোকে শান্তি বজাই ৰাখিব সেইখন দেশেই ৰাম ৰাজ্য’, গুৱাহাটীৰ পূজা মণ্ডপত মুখ্যমন্ত্ৰী, চাওঁক VIDEO

ফাইল ফটো
ফাইল ফটো
  • গুৱাহাটীৰ পূজা মণ্ডপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
  • বিষ্ণুপুৰৰ পূজা মণ্ডপত সেৱা আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • ইফালে পূজা মণ্ডপত উপস্থিত দৰ্শকক সম্বোধন সৰ্বানন্দ সোণোৱালৰ।
  • সকলো লোককে শান্তি সম্প্ৰীতি বজাই ৰখাৰ আহ্বান।
  • 'যিখন দেশত সকলো লোকে শান্তি বজাই ৰাখিব সেইখন দেশেই ৰাম ৰাজ্য।'
  • সকলো লোককে প্লাষ্টিক বৰ্জন কৰাৰ আহ্বান।
  • প্লাষ্টিক বৰ্জন কৰি পৰিৱেশ সুৰক্ষাৰ আহ্বান।
  • চাওঁক মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণৰ ভিডিঅ'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in