শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

‘যিখন দেশত সকলো লোকে শান্তি বজাই ৰাখিব সেইখন দেশেই ৰাম ৰাজ্য’, গুৱাহাটীৰ পূজা মণ্ডপত মুখ্যমন্ত্ৰী, চাওঁক VIDEO

275
  • গুৱাহাটীৰ পূজা মণ্ডপত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
  • বিষ্ণুপুৰৰ পূজা মণ্ডপত সেৱা আগবঢ়াই মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • ইফালে পূজা মণ্ডপত উপস্থিত দৰ্শকক সম্বোধন সৰ্বানন্দ সোণোৱালৰ।
  • সকলো লোককে শান্তি সম্প্ৰীতি বজাই ৰখাৰ আহ্বান।
  • ‘যিখন দেশত সকলো লোকে শান্তি বজাই ৰাখিব সেইখন দেশেই ৰাম ৰাজ্য।’
  • সকলো লোককে প্লাষ্টিক বৰ্জন কৰাৰ আহ্বান।
  • প্লাষ্টিক বৰ্জন কৰি পৰিৱেশ সুৰক্ষাৰ আহ্বান।
  • চাওঁক মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণৰ ভিডিঅ’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি