শেহতীয়া খবৰ
ৱেষ্টইণ্ডিজ ভ্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈৰ নাম ঘোষণা, ধোনী, বুমৰাহক জিৰণি  •  এল জে পি সাংসদ তথা ৰামবিলাস পাছৱানৰ ভাতৃ ৰামচন্দ্ৰ পাছৱানৰ দেহাৱসান  •  অট্টালিকাৰ তৃতীয় মহলাত অগ্নিকাণ্ড...  •  দুৰ্নীতি নহয়, এইবাৰ গাঁঠিৰ ধন খৰছ কৰি গোৱালাপাৰত পথ মেৰামতি কৰিলে বিষয়া-ঠিকাদাৰে  •  ৰেডক্ৰছ ছ’চাইটি ঢকুৱাখনাৰ নতুন সমিতি গঠনৰ বাবে সভা আহ্বান  •  সোমবাৰে শিলচৰত ভাৰত-বাংলাদেশৰ উপায়ুক্ত পৰ্যায়ৰ বৈঠক  •  অন্ধবিশ্বাস! ৪ জনক হত্যা দুস্কৃতিকাৰী দলৰ...  •  কুকাৰপাৰত বানসাহায্য হৰলুকিৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ, VIDEO  •  ১২৮ কোটি টকাৰ বিদ্যুতৰ বিল! মূৰে কপালে হাত দিছে এজন বৃদ্ধই...  •  দেওবাৰে দুপৰীয়া ২.৩০ বজাত সম্পন্ন হ’ব শীলা দীক্ষিতৰ অন্ত্যোষ্টিক্ৰিয়া...

শৰাইঘাট দলঙৰ পৰা জপিয়াই আত্মহত্যাৰ অপচেষ্টা মহিলাৰ

337
  • পুৰণি শৰাইঘাটৰ দলঙত অঘটন।
  • ব্ৰহ্মপুত্ৰত জঁপিয়াই আত্মহত্যাৰ অপচেষ্টা এগৰাকী মহিলাৰ।
  • মহিলাগৰাকীৰ ঘৰ ছিপাঝাৰত।
  • আৰক্ষীয়ে উদ্ধাৰ কৰে মহিলাগৰাকীক।
  • পাৰিবাৰিক কন্দলৰ বাবে আত্মহত্যাৰ অপচেষ্টাৰ সন্দেহ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি