শংকৰদেব সংঘৰ ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া অধিবেশন বাতিল…

শংকৰদেব সংঘৰ ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া অধিবেশন বাতিল…
  • এইবাৰ নহয় শংকৰদেব সংঘৰ ডিব্ৰুগড়ত অনুষ্ঠিত হ'বলগীয়া অধিবেশন ।
  • মহামাৰী কৰোনাৰ পৰিপ্ৰেক্ষিতত বাতিল কৰিছে সংঘৰ আগন্তুক অধিৱেশন ।
  • ২০২১ বৰ্ষৰ ৪, ৫, ৬ আৰু ৭ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱাৰ কথা আছিল অধিৱেশনখন ৷
  • শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাধাৰণ সম্পাদক বাবুল বৰাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এই সিদ্ধান্ত৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in