শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সম্পূৰ্ণ কাৰ্যসূচী, নাহে প্ৰধানমন্ত্ৰী…

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সম্পূৰ্ণ কাৰ্যসূচী, নাহে প্ৰধানমন্ত্ৰী…
  • শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ বাৰ্ষিক অধিৱেশনৰ সম্পূৰ্ণ কাৰ্যসূচী প্ৰকাশ ।
  • অধিৱেশনৰ চাৰিদিনীয়া কাৰ্যসূচীত নাম নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
  • চলিত বৰ্ষৰ অহা ২২, ২৩, ২৪, ২৫ মাঘ তথা ইং ৬,৭,৮,৯ ফেব্ৰুৱাৰীত মৰিগাঁৱত অনুষ্ঠিত হ'ব এই অধিৱেশন।
  • মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব এই বৈঠক।

৬ ফেব্ৰুৱাৰীৰ পুৱা ৫ বজাৰ পৰা আৰম্ভ হ'ব অধিৱেশনৰ কাৰ্যসূচী।

৭,৮,৯ ফেব্ৰুৱাৰীৰ কাৰ্যসূচী সমূহ –

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in