সাময়িকভাৱে স্থগিত শংকৰদেৱ সংঘৰ নাহৰটকীয়া অধিবেশন…

সাময়িকভাৱে স্থগিত শংকৰদেৱ সংঘৰ নাহৰটকীয়া অধিবেশন…
  • শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতিৰ কাম-কাজ সাময়িকভাৱে স্থগিত।
  • নাহৰটকীয়াত অনুষ্ঠিত হ'ব লগা এই অধিবেশন স্থগিতৰ সিদ্ধান্ত।
  • অসম চৰকাৰে জাৰি কৰা কোভিড নীতি-নিয়মক সন্মান জনাই এই পদক্ষেপ গ্ৰহণ কৰিছে অধিবেশনৰ আদৰণি সমিতিয়ে।
  • ৪, ৫ আৰু ৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল সংঘৰ নাহৰকটীয়া অধিৱেশন।
  • ৬০ শতাংশ কাম-কাজ সম্পূৰ্ণ কৰা আদৰণি সমিতিয়ে ২৫ জানুৱাৰী পৰ্যন্ত স্থগিত ৰাখিছে অধিৱেশনৰ প্ৰস্তুতিৰ কাম-কাজ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in