শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

সঞ্জয় দত্তই জিনিলে দুৰাৰোগ্য কেন্সাৰ, ইনষ্ট্ৰাগ্ৰাম যোগে জনালে খবৰ…

106

ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰখ্যাত অভিনেতা সঞ্জয় দত্ত কিছুদিনৰ পৰা তেওঁৰ কেঞ্চাৰ ৰোগৰ আৰু ইয়াৰ চিকিৎসাজনিত খবৰৰ বাবে  চৰ্চাত আছে।তেওঁৰ চিকিৎসাৰ বাবে তেওঁৰ অনুৰাগী সকলেও তেওঁৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছে।

আটাইতকৈ ভাল খবৰটো হৈছে সঞ্জয় দত্তই এই বেমাৰক জয় কৰিবলৈ সক্ষম হৈছে।অনুৰাগীসকলক তেওঁৰ সন্তানৰ জন্ম দিনৰ দিনাই তেওঁ ইনষ্ট্ৰাগ্ৰাম যোগে এই খবৰ জনাইছে অভিনেতাগৰাকীয়ে। তেওঁ পোষ্টটোত লিখে যে, তেওঁ এতিয়া সম্পূ্ৰ্ণ সুস্থ।ইয়াৰ লগতে  তেওঁৰ যত্ন লোৱা কোকিলাবেন হস্পিটালৰ  সকলো ডাক্তৰকো ধন্যবাদ জনাইছে জনপ্ৰিয় অভিনেতাজনে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি