শেহতীয়া খবৰ
হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাত কঁপিল শিৱসাগৰ  •  ২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!  •  ২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!  •  বিধানসভাত বিৰোধী আসনত বহিবলৈ অধ্যক্ষক পত্ৰ অগপৰ  •  বিধানসভাত বিৰোধী আসনত বহিবলৈ অধ্যক্ষক পত্ৰ অগপৰ  •  বিশ্বনাথ জিলাৰ নতুন উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ কাৰ্যভাৰ গ্ৰহণ  •  শিৱসাগৰ জিলাৰ উপায়ুক্ত হিচাপে ডঃএছ লক্ষ্মণৰ কাৰ্যভাৰ গ্ৰহণ  •  নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত গাড়ীৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু  •  বিজেপিৰ দল আৰু চৰকাৰৰ সুমতি কামনাৰে কংগ্ৰেছৰ ভাগৱত পাঠ  •  গোৱালপাৰাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত সৰ্বমুঠ ৬৫:৮১% ভোট গ্ৰহণ

সঞ্জয় দত্তৰ ৭ বছৰীয়া পুত্ৰই পানী খুৱালে সাংবাদিকক, কি প্ৰশ্ন সুধিলে? চাওঁক VIDEO

6,771

ডিজিটেল ডেস্কঃ বহু প্ৰত্যাহ্বানৰ মাজতো নিজৰ কেৰিয়াৰ ধৰি ৰাখিছে সঞ্জয় দত্তই। দীপাৱলীৰ দিনা পত্নীক মান্যতা দত্ত আৰু দুই পুত্ৰ-কন্যাৰ সৈতে সঞ্জু বাবাই উলহ-মালহেৰে পোহৰৰ উৎসৱ উদযাপন কৰিলে। এই উপলক্ষে সংবাদমাধ্যমকো দেখা দিলে সঞ্জু বাবাৰ পৰিয়ালে। সংবাদমাধ্যমে বিচৰাৰ দৰে ফটোৰ বাবে প’জ দিলে সঞ্জয় দত্তৰ পৰিয়ালটোৱে। তাৰ মাজতে সঞ্জয় বাবাৰ পুত্ৰই সাংবাদিকক সুধিলে কিছু প্ৰশ্ন। তাৰকাগৰাকীৰ ৭ বছৰীয়া পুত্ৰই যি সুধিলে শুনি আপুনি আৱেগিক হৈ পৰিব।হয়তো ইয়াকে কয় সংস্কাৰ। কি সুধিলে সঞ্জয় দত্তৰ পুত্ৰই সাংবাদিকক চাওঁক ভিডিঅ’-

ফটো শ্বুট কৰি থকা সংবাদিকক উদ্দেশ্যি সঞ্জু বাবাৰ পুত্ৰই সুধিলে- তোমালোকে পানী খাবা? তাৰপাছত পুনৰ সুধিলে- আপোনালোকে কিবা খাব নেকি? উপস্থিত সাংবাদিকসকলে নাখাওঁ বুলি কোৱাৰ পাছতো পানীৰ লগতে আন খাদ্যৰে সংবাদিকসকলক আপ্যায়ন কৰিলে ফটো শ্বুটৰ অন্তত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি