সঞ্জয় দত্তৰ ৭ বছৰীয়া পুত্ৰই পানী খুৱালে সাংবাদিকক, কি প্ৰশ্ন সুধিলে? চাওঁক VIDEO

সঞ্জয় দত্তৰ ৭ বছৰীয়া পুত্ৰই পানী খুৱালে সাংবাদিকক, কি প্ৰশ্ন সুধিলে? চাওঁক VIDEO

ডিজিটেল ডেস্কঃ বহু প্ৰত্যাহ্বানৰ মাজতো নিজৰ কেৰিয়াৰ ধৰি ৰাখিছে সঞ্জয় দত্তই। দীপাৱলীৰ দিনা পত্নীক মান্যতা দত্ত আৰু দুই পুত্ৰ-কন্যাৰ সৈতে সঞ্জু বাবাই উলহ-মালহেৰে পোহৰৰ উৎসৱ উদযাপন কৰিলে। এই উপলক্ষে সংবাদমাধ্যমকো দেখা দিলে সঞ্জু বাবাৰ পৰিয়ালে। সংবাদমাধ্যমে বিচৰাৰ দৰে ফটোৰ বাবে প'জ দিলে সঞ্জয় দত্তৰ পৰিয়ালটোৱে। তাৰ মাজতে সঞ্জয় বাবাৰ পুত্ৰই সাংবাদিকক সুধিলে কিছু প্ৰশ্ন। তাৰকাগৰাকীৰ ৭ বছৰীয়া পুত্ৰই যি সুধিলে শুনি আপুনি আৱেগিক হৈ পৰিব।হয়তো ইয়াকে কয় সংস্কাৰ। কি সুধিলে সঞ্জয় দত্তৰ পুত্ৰই সাংবাদিকক চাওঁক ভিডিঅ'-

https://www.instagram.com/p/Bp40aDzjnxI/?utm_source=ig_web_copy_link

ফটো শ্বুট কৰি থকা সংবাদিকক উদ্দেশ্যি সঞ্জু বাবাৰ পুত্ৰই সুধিলে- তোমালোকে পানী খাবা? তাৰপাছত পুনৰ সুধিলে- আপোনালোকে কিবা খাব নেকি? উপস্থিত সাংবাদিকসকলে নাখাওঁ বুলি কোৱাৰ পাছতো পানীৰ লগতে আন খাদ্যৰে সংবাদিকসকলক আপ্যায়ন কৰিলে ফটো শ্বুটৰ অন্তত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in