মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী শিৱসেনাৰে হ’বঃ সঞ্জয় ৰাউট

মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী শিৱসেনাৰে হ’বঃ সঞ্জয় ৰাউট
  • মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মিত্ৰদল বিজেপি-শিৱসেনাৰ মাজত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ মতানৈক্য।
  • 'মহাৰাষ্ট্ৰৰ পৰৱৰ্তী চৰকাৰৰ মুখ্যমন্ত্ৰী শিৱসেনাৰ পৰাই হ'ব।'
  • -এই মন্তব্য কৰিছে শিৱসেনাৰ জ্যেষ্ঠ নেতা সঞ্জয় ৰাউটে।
  • 'মহাৰাষ্ট্ৰৰ পট আৰু ৰাজনীতিৰ এতিয়া পৰিবৰ্তন হৈছে।'
  • 'আপোনালোকে যাক 'হাংগামা' বুলি ক'ব খোজে সেয়া আচলতে তেনে নহয়।'
  • 'এয়া ন্যায় আৰু অধিকাৰক লৈ আমি কৰা যুঁজ হে।'
  • 'জয় আমাৰেই হ'ব।'
  • এইদৰে মন্তব্য কৰে সঞ্জয় ৰাউটে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in