নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৰপেটাত বিশাল সমাৱেশ, অংশ ল’ব সন্দীপ পাণ্ডেয়ে

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৰপেটাত বিশাল সমাৱেশ, অংশ ল’ব সন্দীপ পাণ্ডেয়ে
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৰপেটাৰ মন্দিয়াত বিশাল সমাৱেশ।
  • এই সমাৱেশত অংশ ল'ব দেশৰ বিশিষ্ট সমাজকৰ্মী সন্দীপ পাণ্ডেয়ে।
  • নেছনেল এলায়েন্স অৱ পিপ'ল মুভমেন্টৰ ২০ জনীয়া দলেও অংশ ল'ব সমাৱেশত।
  • ৰাজ্যজুৰি অব্যাহত আছে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ৷
  • ৭০ সংগঠনৰ প্ৰতিনিধিয়েও অংশ ল'ব এই সমাৱেশত৷
  • সোমবাৰে ২ বজাৰ পৰা অনুষ্ঠিত হ'ব এই সমাৱেশ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in