সনাতন ডেকাৰ হত্যাকাণ্ডৰে জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ…

সনাতন ডেকাৰ হত্যাকাণ্ডৰে জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্কঃ দেওবাৰে নিশাই আৰক্ষীৰ এটা বৃহত দলে অভিযান চলাই হাজোৰ মনাহকুছি গাঁৱৰ পাচলি ব্যৱসায়ী সনাতন ডেকাৰ হত্যাকাণ্ডত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে। হাজো আৰক্ষীয়ে অৱগত কৰা মতে, গ্ৰেপ্তাৰ কৰা অভিযুক্ত দুজন ফাইজুল হক আৰু ইউচুবউদ্দিন আহমেদ। উল্লেখ্য যে, সনাতন ডেকাৰ হত্যাকাণ্ডৰ সৈতে জড়িত আৰু তিনিগৰাকী অভিযুক্ত বৰ্তমানো পলাতক হৈ আছে। উল্লেখ্য যে, সাধাৰণ এটা কাৰণতে কেইজনমান লোকে সনাতন ডেকাক প্ৰহাৰ কৰাৰ পাছতে তেওঁৰ মৃত্যু হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in