হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডঃ পলাতক খবিৰউদ্দিন আহমেদক গ্ৰেপ্তাৰ…

হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডঃ পলাতক খবিৰউদ্দিন আহমেদক গ্ৰেপ্তাৰ…
  • হাজোৰ সনাতন ডেকা হত্যাকাণ্ডত জড়িতৰ অপৰাধত আন এজনক গ্ৰেপ্তাৰ।
  • গ্ৰেপ্তাৰ হোৱা লোকজনৰ নাম খবিৰউদ্দিন আহমেদ।
  • তেওঁ হত্যাকাণ্ডৰ পাছৰে পৰা পলাতক হৈ আছিল।
  • মুকালমুৱাৰ কৰিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হয় খবিৰউদ্দিন আহমেদক।
  • তেওঁক হাজো আৰক্ষীয়ে বাছ আস্থানৰ পৰা গ্ৰেপ্তাৰ কৰে।
  • ইয়াৰ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৩ জন লোকক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in