সনাতন ডেকা হত্যাৰে জড়িত তৃতীয়গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ, আৰক্ষীৰ জালত আব্দুল জলিল…

সনাতন ডেকা হত্যাৰে জড়িত তৃতীয়গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ, আৰক্ষীৰ জালত আব্দুল জলিল…
  • সনাতন ডেকা হত্যাৰে জড়িত তৃতীয়গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ।
  • গ্ৰেপ্তাৰ হোৱা লোকজন আব্দুল জলিল।
  • হাজো আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।
  • পলাতক হৈ আছিল আব্দুল জলিল।
  • দেওবাৰে নিশাই আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই সনাতন ডেকাৰ হত্যাকাণ্ডত জড়িত দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল।
  • ফাইজুল হক আৰু ইউচুবউদ্দিন আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
  • উল্লেখ্য যে, হাজোৰ মনাহকুছি গাঁৱৰ পাচলি ব্যৱসায়ী সনাতন ডেকাক অতি নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ লোককেইজনৰ বিৰুদ্ধে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in