শেহতীয়া খবৰ
অট্টালিকাৰ তৃতীয় মহলাত অগ্নিকাণ্ড...  •  দুৰ্নীতি নহয়, এইবাৰ গাঁঠিৰ ধন খৰছ কৰি গোৱালাপাৰত পথ মেৰামতি কৰিলে বিষয়া-ঠিকাদাৰে  •  ৰেডক্ৰছ ছ’চাইটি ঢকুৱাখনাৰ নতুন সমিতি গঠনৰ বাবে সভা আহ্বান  •  সোমবাৰে শিলচৰত ভাৰত-বাংলাদেশৰ উপায়ুক্ত পৰ্যায়ৰ বৈঠক  •  অন্ধবিশ্বাস! ৪ জনক হত্যা দুস্কৃতিকাৰী দলৰ...  •  কুকাৰপাৰত বানসাহায্য হৰলুকিৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ, VIDEO  •  ১২৮ কোটি টকাৰ বিদ্যুতৰ বিল! মূৰে কপালে হাত দিছে এজন বৃদ্ধই...  •  দেওবাৰে দুপৰীয়া ২.৩০ বজাত সম্পন্ন হ’ব শীলা দীক্ষিতৰ অন্ত্যোষ্টিক্ৰিয়া...  •  সোনভদ্ৰা কাণ্ডক লৈ বিজেপিৰ বিৰুদ্ধে সৰৱ মমতা বেনাৰ্জী, প্ৰিয়ংকাৰ পক্ষত দিলে থিয়...  •  আৰু এটা সোণ, পদক জয়েৰে অভিলেখ হিমাৰ

ভাৰতবৰ্ষত মুকলি হ’ল বিশ্ব সবাতোকৈ কম মূল্যৰ টিভি, সবিশেষ…

5,716

ডিজিটেল ডেস্কঃ দেশৰ ডিজিটেল পৃথিৱীত আমূল পৰিৱৰ্তন। এইবাৰ গাড়ী, বাইক নহয় দেশৰ বজাৰত মুকলি হ’ল সবাতোকৈ কম মূল্যৰ অন্য এবিধ অতি প্ৰয়োজনীয় সামগ্ৰী। সামগ্ৰী বিধ হ’ল টিভি।

দেশৰ বজাৰত মুকলি কৰা হ’ল পৃথিৱীৰ সবাতোকৈ কম মূল্যৰ এনড্ৰইড টিভি। এটা স্মাৰ্ট টিভিত থাকিব লগীয়া সকলো খিনি সুবিধা উপলদ্ধ হ’ব টিভিটোত। প্ৰয়োজনত আপোনাৰ হাতৰ ম’বাইলৰ সৈতেও সংযোগ কৰিব পাৰিব টিভিটো। এই অত্যাধুনিক টিভিটোৰ মূল্য মাত্ৰ ৪৯৯৯ টকা। samy informatics pvt. LTD নামৰ এটা প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰি উলিয়াইছে এই টিভিতো।

স্মাৰ্ট টিভিটোৰ স্কীণৰ দৈৰ্ঘ্যৰ ৩২ ইঞ্চি। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এই প্ৰতিষ্ঠানটোৱেও ৬৯৯৯ টকাত গ্ৰাহক বাবে মুকলি কৰিছিল এটা টিভি। বিশ্বৰ সবাতোকৈ কম মূল্যৰ এই টিভিতো ক্ৰয়ৰ বাবে গ্ৰাহকে এক প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব-

১/ প্ৰথমে গ্ৰাহকৰ ফোনত ছেমী এপ ডাইনলড কৰিব লাগিব।

২/ ইয়াৰ পিছতে আধাৰ অথবা ফোন নম্বৰ প্ৰদান কৰি অ টি পি নম্বৰ ডাইল কৰক।

৩/ ইয়াৰ পাছতে পঞ্জীয়ন কৰিবৰ বাবে নাম, ই মেইল, পৰিছয় আৰু পাৰ্চৱড প্ৰদান কৰক।

৪/ ছেমী টিভিৰ ৪৯৯৯ টকাৰ শিতানত ক্লিক কৰক।

৫/ ইয়াৰ পাছতে বুকিঙৰ বুটামত ক্লিক কৰি বুকিং কৰিব পাৰিব এই টিভিটো।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি