শেহতীয়া খবৰ
অভয়াপুৰীৰ সু-চিকিৎসক ডাঃ উমেশ চন্দ্ৰ দাসৰ দেহাৱসান  •  পুলৱামা বিস্ফোৰণঃ এটা মেছেজৰ বাবেই ৰক্ষা পৰিল এগৰাকী জোৱানৰ প্ৰাণ...  •  ইম্ফলত আই ই ডি বিস্ফোৰণত জড়িত ৪ উগ্ৰপন্থীক গ্ৰেপ্তাৰ  •  পুলৱামাৰ শ্বহীদ জোৱানৰ পৰিয়াললৈ পশ্চিম বংগ চৰকাৰৰ ৫ লাখ টকাৰ সাহায্য  •  'বৰ্তমানৰ ভ্ৰাম্যমাণ থিয়েটাৰ জালমুৰি আৰু ফাষ্টফুডৰ নিচিনা'  •  পাক সেনাৰ যুদ্ধ বিৰতি উলংঘন, জম্মু-কাশ্মীৰৰ নৌচেৰা চেক্টৰত ধাৰাসাৰ গুলিবৰ্ষণ  •  হঠাৎ ওদালগুৰিত কিয় কোব্ৰা-সেনাক নিয়োগ কৰিব আৰক্ষীয়ে?  •  মুম্বাইৰ এন আই এ টীমৰ জালত ৱাণ্টেড কালিয়া...  •  পথ কেনি  •  বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে বেট-বলৰ যুঁজত নামিবনে ভাৰত?

বজাৰলৈ Samsungৰ নতুন ম’বাইল Galaxy note 9

706

ডিজিটেল ডেস্কঃ দক্ষিণ কোৰিয়াৰ ইলেক্ট্ৰনিক কোম্পানী ছেমছাঙে ৯ আগষ্টত মুকলি কৰে অন্য এক স্মাৰ্টফোন Galaxy note 9। ভাৰতীয় সময় অনুসৰি নিশা প্ৰায় ৮:৩০ বজাত আমেৰিকাৰ নিউয়ৰ্কত মুকলি কৰা হ’ব অত্যাধুনিক তথা আকৰ্ষণীয় ফোনটো।

ভাৰতবৰ্ষত এই ফোনটো কেতিয়া মুকলি কৰা হ’ব সেই সম্পৰ্কে কোনো নিশ্চিত তথ্য লাভ কৰা হোৱা নাই। আগ্ৰহী গ্ৰাহকসকলে ফোনটো আগতীয়াকৈ বুকিং কৰিব পাৰিব ইণ্টাৰনেটৰ যোগেৰে।

ছেমছাঙৰ এই নতুন ফোনটোত আছে ৫১২ জি বি ইন্টাৰনেল মেমৰী, যি সুবিধা বৰ্তমান পৰ্যন্ত কোনো স্মাৰ্ট ফোনতেই দিয়া নাই। ইয়াৰ লগতে ৪০০০ mAh পাৱাৰ বেটাৰী আৰু ৰিৰ্মট কণ্ট্ৰল কৰিব পৰা ব্যৱস্থাও উপলব্ধ থাকিব ফোনটোত।

৬.৪ ইঞ্চিৰ স্কীন, ১২+১২ এম পিৰ ডাবল ৰিয়েৰ কেমেৰা, ৮ এম পি ৰ ফ’ন্ট কেমেৰাৰ এই ফোনটো ১৯ আগষ্টৰ পৰা ভাৰতবৰ্ষৰ লোকে বুকিং কৰিব পাৰিব বুলি জনা গৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি