শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু…

55

ডিজিটেল ডেস্কঃ দেওবাৰে ছেমচাং ইলেক্ট্ৰনিকছৰ অধ্যক্ষ লী কুন-হিৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ।এক আনুষ্ঠানিক বিবৃতিযোগে কোম্পানীটোৱে লীৰ মৃত্যু নিশ্চিত কৰে ।বিবৃতিটোও কোম্পানীটোৱে কয় যো, লীয়ে ছেমচাঙক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ইলেক্ট্ৰনিক কোম্পানী হিচাপে গঢ়ি থৈ গ’ল। তেওঁলোক লী ওচৰত চিৰকৃতজ্ঞ।

উল্লেখযোগ্য যে, লীয়ে ২০১৪ চনত হৃদৰোগত আক্ৰান্ত হৈ বহুদিন ধৰি অসুস্থ হৈ আছিল।ইয়াৰ পিছত তেওঁৰ সন্তান লী জায়ে-ইয়ঙে উপ অধ্যক্ষ পদেৰে কোম্পানীটোৰ দায়িত্ব গ্ৰহণ কৰি আছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি