চামগুৰিৰ আমনিত পথ দুৰ্ঘটনা, নিহত ২

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • চামগুৰিৰ আমনিত দুৰ্ঘটনাত নিহত দুজন।
  • ট্ৰাকৰ সৈতে বাইকৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ'ল দুই বাইক আৰোহীৰ।
  • নিহত দুজন ৰাজেশ দেৱনাথ আৰু শিল্পী দেৱনাথ।
  • আমনিৰ পৰা নগাঁৱলৈ আহি আছিল দুয়োজন বাইক আৰোহী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in