শিৱস্থান আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিঃ প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণ, আৰক্ষীৰ লাঠিচালনা

শিৱস্থান আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিঃ প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণ, আৰক্ষীৰ লাঠিচালনা
  • চামগুৰিৰ নিকটবৰ্তী শিৱস্থান আৰক্ষী চকীত শুকুৰবাৰে নিশা উত্তপ্ত পৰিস্থিতি।
  • এক ভূমি-বিবাদক কেন্দ্ৰ কৰি আৰক্ষী চকীখনলৈ আহিছিল দুই পক্ষৰ একাধিক লোক।
  • শিবস্থান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই দুৰ্ব্যবহাৰ কৰাৰ গুৰুতৰ অভিযোগ তুলি দুয়োপক্ষৰ প্ৰতিবাদ।
  • প্ৰতিবাদ অন্ত পৰাৰ সময়তে আন্ধাৰ সুযোগলৈ একাংশ অজ্ঞাত দুৰ্বৃত্তই কৰা শিলাবৰ্ষণত আহত দিলীপ কুমাৰ বৰ্মণ নামৰ এজন আৰক্ষী বিষয়া।
  • পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৰ্ধসামৰিক বাহিনী মোতায়ন, সমবেত উদণ্ড লোকক চত্ৰভংগ দিবলৈ আৰক্ষীৰ লাঠীচালনা।
  • নিশা ঘটনাস্থলীত জিলা প্ৰশাসনৰ কেইবাজনো উচ্চ পদস্থ বিষয়া উপস্থিত।
  • বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in