অপৰিৱৰ্তীত লাওখোৱা-বুঢ়াচাপৰিৰ বান পৰিস্থিতি

অপৰিৱৰ্তীত লাওখোৱা-বুঢ়াচাপৰিৰ বান পৰিস্থিতি
  • বৰ্তমানেও অপৰিবৰ্তিত লাওখোৱা-বুঢ়াচাপৰিৰ বান পৰিস্থিতি।
  • জলমগ্ন ইখনৰ পাছত সিখন গাঁও।
  • বানত প্লাৱিত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ কেইবাটাও বন শিবিৰ।
  • ব্ৰহ্মপুত্ৰৰ ভয়াৱহ বানে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ কঢ়িয়াই আনিছে চৰম ভাবুকি।
  • বৃহস্পতিবাৰে অভয়াৰণ্যখনলৈ যোৱা মূল পকী পথটো চিগি হৈছিল সংযোগ বিচ্ছিন্ন।
  • নিৰ্বিকাৰ চৰকাৰ-তথা প্ৰশাসন।
  • বৰ্তমানলৈকে লাওখোৱা-বুঢ়াচাপৰিৰ বানপীড়িতৰ কাষত উপস্থিত হোৱা নাই চৰকাৰ প্ৰশাসনৰ কোনো লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in