শেহতীয়া খবৰ
সন্ধিয়া মঙলদৈৰ মাজমজিয়াত জেহাদিৰ পুট্টালিকা দাহেৰে প্ৰতিবাদ  •  কৃষ্ণাই প্ৰেছ ক্লাবৰ মনোজ্ঞ অনুষ্ঠান, শৰতৰ জোনাকত এখন্তেক  •  ৰাজনীতি ত্যাগ কৰিব ৰাজ্যৰ এগৰাকী কংগ্ৰেছ বিধায়কে! VIDEO  •  ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...

অপৰিৱৰ্তীত লাওখোৱা-বুঢ়াচাপৰিৰ বান পৰিস্থিতি

106
  • বৰ্তমানেও অপৰিবৰ্তিত লাওখোৱা-বুঢ়াচাপৰিৰ বান পৰিস্থিতি।
  • জলমগ্ন ইখনৰ পাছত সিখন গাঁও।
  • বানত প্লাৱিত বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ কেইবাটাও বন শিবিৰ।
  • ব্ৰহ্মপুত্ৰৰ ভয়াৱহ বানে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যলৈ কঢ়িয়াই আনিছে চৰম ভাবুকি।
  • বৃহস্পতিবাৰে অভয়াৰণ্যখনলৈ যোৱা মূল পকী পথটো চিগি হৈছিল সংযোগ বিচ্ছিন্ন।
  • নিৰ্বিকাৰ চৰকাৰ-তথা প্ৰশাসন।
  • বৰ্তমানলৈকে লাওখোৱা-বুঢ়াচাপৰিৰ বানপীড়িতৰ কাষত উপস্থিত হোৱা নাই চৰকাৰ প্ৰশাসনৰ কোনো লোক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি