চামগুৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঘৰত সোমাল এল্ট’ বাহন…

চামগুৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঘৰত সোমাল এল্ট’ বাহন…
  • নগাঁৱৰ চামগুৰিত পথ ভয়াৱহ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা গৈ মানুহৰ ঘৰত সোমাল এল্ট' বাহন।
  • কথমপি প্ৰাণ ৰক্ষা ঘৰটোত থকা ৭ জন লোকৰ।
  • আহত ৭ জনক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ।
  • তেজপুৰৰ পৰা নগাওঁ অভিমুখী আছিল এল্ট' বাহনখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in