শেহতীয়া খবৰ
খেল' ইণ্ডিয়াত বিহু-পেঁপা হ'লগৈ হিপহপ, অতিথি অবিহনে আৰম্ভ সামৰণি অনু্ষ্ঠানত দুবাৰকৈ গালে ৰাষ্ট্ৰীয় সংগীত, তীব্ৰ প্ৰতিক্ৰিয়া...  •  শান্তি আলোচনালৈ সহাৰি দি মুকলি আকাশৰ তললৈ এনডিএফবি(এছ)ৰ দুধৰ্ষ নেতা বি বিদায়  •  শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ! বিজেপি বিধায়কৰ পদত্যাগ...  •  'জেদ প্লাছ' নিৰাপত্তা হেৰুৱাব নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে...  •  অসম-মেঘালয় সীমান্তৰ অয়ডোৱা-বাংগালকাটা কালি মন্দিৰৰ মাটি খন্দাক লৈ উত্তেজনা  •  "কা" বিৰোধী প্ৰতিবাদৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্বৰ আন এক আঁচনি, এইবাৰ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীক দিব মাহে ৭০০কৈ টকা  •  "কা" বিৰোধী প্ৰতিবাদৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্বৰ আন এক আঁচনি, এইবাৰ হোষ্টেলত থকা ছাত্ৰ-ছাত্ৰীক দিব মাহে ৭০০কৈ টকা  •  বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গোৱালপাৰা আৰু কাবাইতাৰীৰ ৩ ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ  •  মন্ত্ৰী পীযুষ হাজৰিকাক ক'লা পতাকা প্ৰদৰ্শন আছুৰ... VIDEO  •  'কা’ আমাৰ প্ৰতিশ্ৰুতি আছিল, আৰু আমি সেই প্ৰতিশ্ৰুতি পূৰণ কৰিছোঃ ৰাজনাথ সিং

চামগুৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঘৰত সোমাল এল্ট’ বাহন…

373
  • নগাঁৱৰ চামগুৰিত পথ ভয়াৱহ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা গৈ মানুহৰ ঘৰত সোমাল এল্ট’ বাহন।
  • কথমপি প্ৰাণ ৰক্ষা ঘৰটোত থকা ৭ জন লোকৰ।
  • আহত ৭ জনক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ।
  • তেজপুৰৰ পৰা নগাওঁ অভিমুখী আছিল এল্ট’ বাহনখন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি