চামগুৰিত নিশা গাঁতত সোমাল নৈশ বাছ, আহত ১০জন

চামগুৰিত নিশা গাঁতত সোমাল নৈশ বাছ, আহত ১০জন
  • চামগুৰিৰ দক্ষিণপাটত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • যোৰহাট অভিমুখী নৈশ বাছ সোমাল গাঁতত।
  • দুৰ্ঘটনাত আহত হৈছে ১০ জন লোক।
  • দুৰ্ঘটনাৰ পাছতে সৃষ্টি হয় হাহাকাৰ পৰিৱেশৰ।
  • নিশৰ ভাগত এই দুৰ্ঘটনা সংঘটিত হৈছে।
  • গুৱাহাটীৰ পৰা যোৰহাটলৈ গৈ আছিল বাছখন।
  • আহতসকলক ভৰ্তি কৰা হৈছে নগাঁৱৰ হাস্পতালত।
  • উল্লেখ্য যে, ইয়াৰ পূৰ্বেও কেইবাবাৰো এনে দুৰ্ঘটনা সংঘটিত হৈছে।
  • পথৰ দুৰৱস্থাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in