৩ মাৰ্চৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ বাজপেয়ীয়ে চলোৱা ‘ছমঝৌতা এক্সপ্ৰেছ’

৩ মাৰ্চৰ পৰা অনিৰ্দিষ্ট কাললৈ বন্ধ বাজপেয়ীয়ে চলোৱা ‘ছমঝৌতা এক্সপ্ৰেছ’
  • ৩ মাৰ্চৰ পৰা অনিৰ্দিষ্ট কাললৈ বাতিল কৰা হৈছে ছমঝৌতা এক্সপ্ৰেছ।
  • ভাৰতীয় ৰেল বিভাগে কৰিলে এই ঘোষণা।
  • ভাৰত-পাকৰ মাজৰ শেহতীয়া স্থিতিক লৈ এই প্ৰদক্ষেপ ভাৰতীয় ৰেল বিভাগৰ।
  • ১৯৭৬ চনৰ ২২ জুলাইৰ পৰা দিল্লীৰ পৰা পাকিস্তানৰ লাহোৰলৈ আৰম্ভ হৈছিল এই ৰেল সেৱা।
  • ২০০২ চনত এই ৰেল সেৱা বন্ধ কৰি দিয়া হৈছিল যদিও ২০০৪ চনৰ ১৫ জানুৱাৰীত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ দিনত চনত পুনৰ মুকলি কৰা হৈছিল এই ৰেল সেৱা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in