বিশ্বৰ বিশিষ্ট মাৰ্ক্সবাদী নেতা সমীৰ আমিনৰ দেহাৱসান

বিশ্বৰ বিশিষ্ট মাৰ্ক্সবাদী নেতা সমীৰ আমিনৰ দেহাৱসান

ডিজিটেল ডেস্কঃ বিশিষ্ট মাৰ্ক্সবাদী নেতা সমীৰ আমিন আৰু নাই। ৮৬বছৰ বয়সত পেৰিচত শেষ নিশ্বাস ত্যাগ কৰা কমিউনিষ্ট প্ৰবক্তাই।

১৯৩১চনৰ ৩ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল সমীৰ আমিনে। পেৰিচতে শিক্ষা জীৱন আৰম্ভ কৰা আমিনে ১৯৫৭জনত ফ্ৰান্স কমিউনিষ্ট পাৰ্টীত যোগদান কৰিছিল।

বিশ্বজুৰি মাৰ্ক্সবাদক প্ৰসাৰ কৰাত বিশেষ ভূমিকা পালন কৰিছিল এইগৰাকী নেতাই। তেখেতৰ আত্মজীৱনীখনৰ নাম Itineraire Intellctual। ১৯৫০চনত তেখেতৰ এই আত্মজীৱনী প্ৰকাশ পাইছিল ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in