শেহতীয়া খবৰ
অট্টালিকাৰ তৃতীয় মহলাত অগ্নিকাণ্ড...  •  দুৰ্নীতি নহয়, এইবাৰ গাঁঠিৰ ধন খৰছ কৰি গোৱালাপাৰত পথ মেৰামতি কৰিলে বিষয়া-ঠিকাদাৰে  •  ৰেডক্ৰছ ছ’চাইটি ঢকুৱাখনাৰ নতুন সমিতি গঠনৰ বাবে সভা আহ্বান  •  সোমবাৰে শিলচৰত ভাৰত-বাংলাদেশৰ উপায়ুক্ত পৰ্যায়ৰ বৈঠক  •  অন্ধবিশ্বাস! ৪ জনক হত্যা দুস্কৃতিকাৰী দলৰ...  •  কুকাৰপাৰত বানসাহায্য হৰলুকিৰ অভিযোগক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণ, VIDEO  •  ১২৮ কোটি টকাৰ বিদ্যুতৰ বিল! মূৰে কপালে হাত দিছে এজন বৃদ্ধই...  •  দেওবাৰে দুপৰীয়া ২.৩০ বজাত সম্পন্ন হ’ব শীলা দীক্ষিতৰ অন্ত্যোষ্টিক্ৰিয়া...  •  সোনভদ্ৰা কাণ্ডক লৈ বিজেপিৰ বিৰুদ্ধে সৰৱ মমতা বেনাৰ্জী, প্ৰিয়ংকাৰ পক্ষত দিলে থিয়...  •  আৰু এটা সোণ, পদক জয়েৰে অভিলেখ হিমাৰ

বিশ্বৰ বিশিষ্ট মাৰ্ক্সবাদী নেতা সমীৰ আমিনৰ দেহাৱসান

75

ডিজিটেল ডেস্কঃ বিশিষ্ট মাৰ্ক্সবাদী নেতা সমীৰ আমিন আৰু নাই। ৮৬বছৰ বয়সত পেৰিচত শেষ নিশ্বাস ত্যাগ কৰা কমিউনিষ্ট প্ৰবক্তাই।

১৯৩১চনৰ ৩ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰিছিল সমীৰ আমিনে। পেৰিচতে শিক্ষা জীৱন আৰম্ভ কৰা আমিনে ১৯৫৭জনত ফ্ৰান্স কমিউনিষ্ট পাৰ্টীত যোগদান কৰিছিল।

বিশ্বজুৰি মাৰ্ক্সবাদক প্ৰসাৰ কৰাত বিশেষ ভূমিকা পালন কৰিছিল এইগৰাকী নেতাই। তেখেতৰ আত্মজীৱনীখনৰ নাম Itineraire Intellctual। ১৯৫০চনত তেখেতৰ এই আত্মজীৱনী প্ৰকাশ পাইছিল ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি