উত্তৰ শালমাৰাত উদ্ধাৰ প্ৰকাণ্ড অজগৰ…

উত্তৰ শালমাৰাত উদ্ধাৰ প্ৰকাণ্ড অজগৰ…

ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা টিলাপাৰাত দেওবাৰে দুপৰীয়া উদ্ধাৰ কৰা হয় এডাল প্ৰকাণ্ড অজগৰ ৷ এঘৰ মানুহৰ বাৰীত উদ্ধাৰ কৰা হয় অজগৰডাল ৷

কাষৰীয়া মহাদেৱ পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহাৰ সন্দেহ কৰা হৈছে অজগৰডাল ৷ অজগৰডালৰ দৈৰ্ঘ প্ৰায় ১২ ফুট ৷ পিছত বনবিভাগৰ লোক গৈ অজগৰডাল চমজি লয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in