শেহতীয়া খবৰ
পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰৰ লগতে নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড  •  পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান  •  প্ৰাক্তন ক্ৰিকেটাৰ, গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰাক্তন অধ্যক্ষ উমেশ শৰ্মাৰ দেহাৱসান  •  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাৰ্ঘেৰিটা কয়লা চিণ্ডিকেটত জড়িত বুলি কৰা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ মন্তব্যৰ বিৰুদ্ধে পুত্তলিকা দাহেৰে বিজেপিৰ উত্তাল প্ৰতিবাদ  •  টীয়ক বৈদ্যুতিক উপ সংমণ্ডলত আছুৱে ওলমালে তলা, বিদ্যুৎ নিয়মীয়াকৰণৰ দাবী

ছলমানৰ ‘ভাৰত’ ছুপাৰ হিট, ৫ দিনত ১৪৪ কোটি…

312

ডিজিটেল ডেস্কঃ ছবিঘৰত সগৌৰৱেৰে চলিছে ছলমান খানৰ অভিনীত ছবি ‘ভাৰত’। দেশৰ বিভিন্ন প্ৰান্তৰ ছবিঘৰতো মুক্তিৰ ৫ দিনৰ পিছতো দেখা গৈছে দৰ্শক দীঘলীয়া শাৰী। ঈদত মুক্তি দিয়া ছবিখনে বৰ্তমানৰ লৈকে উপাৰ্জন কৰিছে মুঠ ১৪৪ কোটি টকা।

ছবিখনে মুক্তিৰ দিনাই উপাৰ্জন কৰিছিল ৪২.৩০ কোটি টকা, দ্বিতীয় দিনা ৩১ কোটি, তৃতীয় দিনা ২২ কোটি, চতুৰ্থ দিনা ২৬ কোটি আৰু পঞ্চম দিনা অথাৎ দেওবাৰে ২৫-২৬ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। ছবিখনলৈ দৰ্শকৰ সহাঁৰিলৈ চাই সোমবাৰে ১৫০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰিব ভাৰতে। আলী আব্বাছ জফৰে পৰিচালনা কৰা ছবিখনত প্ৰথমবাৰলৈ ছলমানৰ সৈতে কাম কৰিছে দিশা পাটানীয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি