শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

চলমানৰ আজৱ কথাঃ বিয়া নকৰোৱাকৈ লাগে সন্তান…

1,599

ডিজিটেল ডেস্কঃ বলিউদৰ ভাইজান চলমানৰ বিয়া! একপ্ৰকাৰে এইটো এটা ডাঙৰ খবৰেই। ৪০ দেওনা পাৰ হোৱা চলমানৰ বিয়াক লৈ কোটি কোটি অনুৰাগীৰ উৎকন্ঠাৰ অন্ত নাই। কিন্তু ইয়াৰ মাজতে চলমানে ক’লে তেও বিয়া নকৰোৱাৰ কাৰণ।

বুধবাৰে চলমানৰ মুক্তি পাবলগীয়া ছবি ‘ভাৰত’ক লৈ মঙলবাৰে এখন আলোচনীত তেও দিছিল সাক্ষাৎকাৰ। চলমানক প্ৰশ্ন কৰা হ’ল- আপুনি এতিয়ালৈকে বিয়া নকৰোৱাৰ কাৰণ কি? উত্তৰত চলমানে ক’লে- বিয়া পৰম্পৰাৰ প্ৰতি মোৰ বিশ্বাস লাহে লাহে নোহোৱা হৈছে। বিয়াৰ সলনি মই বন্ধুৰ লগতে বেছি সুখী অনুভৱ কৰো।’ চলমানে লগতে কয়- বিয়াৰ কথা নাভাবিলেও মই সন্তানৰ কথা ভাৱিছো, মোক সন্তান লাগে। সন্তানক চোৱা চিতা কৰিবলৈ মোৰ এখন গাঁও সাজু হৈ আছে।’

উল্লেখ্য যে, বুধবাৰে ৭০ খন দেশৰ ১৩০০ খন স্কীণত মুক্তি পাব বহু প্ৰতিক্ষিত ছবি ভাৰত। চলমানৰ বিপৰীতে ছবিখনত অভিনয় কৰিছে কেটৰীণা আৰু দিশা পাটানী।

Preview : ईद पर धमाल मचाने के लिए तैयार है सलमान की 'भारत', 70 देशों में होगी रिलीज
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি