শেহতীয়া খবৰ
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যুঃ কোনে উলিয়াইছে এই ভুৱা খবৰ...  •  চিৰাঙত চোৰাং কাঠ সৰবৰাহত জড়িত তিনিজনকৈ বন বিভাগৰ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন…  •  ৰাজ্যত পুনৰ ৪৫৯৩জন কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬৮,৯৯৯ জনলৈ বৃদ্ধি...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  কোভিড-১৯ঃ পুনৰ ৬জনে হেৰুৱালে প্ৰাণ, ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি...  •  গোৱালপাৰাত একেদিনাই ১১০জন কোভিড পজিটিভ, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৯৮ জনলৈ বৃদ্ধি  •  ধেমাজিত পুনৰ ১৬২ গৰাকীৰ কোভিড পজিটিভ চিনাক্ত...  •  যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,৪৩,১০৯জনৰ কোভিড টেষ্ট...  •  নাৰায়ণপুৰত মনিকাঞ্চন কলা নিকেতনৰ সত্ৰীয়া সংগীত সমাৰোহ...

অযোধ্যা গোচৰৰ ৰায়দানৰ পাছত কি ক’লে ছলমান খানৰ পিতৃয়ে…

1,897

ডিজিটেল ডেস্কঃ শনিবাৰে সৰ্বোচ্চ ন্যায়ালয়ে অযোধ্যা গোচৰৰ ঐতিহাসিক ৰায়দান প্ৰদান কৰে। ৰায়দান প্ৰদানৰ পাছতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে ছলমান খানৰ পিতৃ ছলিম খানে। তেওঁ কয় যে, মুছলমানক দিয়া ৫ একৰ ভূমিত বিদ্যালয় নিৰ্মাণ কৰিব লাগে। লগতে তেওঁ কয়- ভাৰতৰ মুছলমানসকলক মছজিদৰ নহয়, বিদ্যালয়ৰহে প্ৰয়োজন।

সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানক সমৰ্থন জনাই ছলিম খানে কয়- এতিয়া অযোধ্যাৰ গোচৰ সমাপ্ত হ’ল। গতিকে সকলোৱে শান্তি আৰু একতাৰে জীৱন যাপন কৰিব লাগে। ইফালে, অভিনেতা ছলমান খানে এই সন্দৰ্ভত কয় যে- ‘মই সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়দানক সমৰ্থন জনাইছো। মুছলমান সম্প্ৰদায়ৰ লোকসকলে এতিয়া আৰু এই বিষয়টো চৰ্চা কৰিব নালাগে। আৰু এই ৫ একৰ ভূমিত মহাবিদ্যালয়ৰ নিৰ্মাণ কৰিলে বেছি ভাল হ’ব।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি