দেশবাসীক নিৰাশ কৰিলে সাক্ষীয়ে

দেশবাসীক নিৰাশ কৰিলে সাক্ষীয়ে
  • মল্লযুঁজাৰু সাক্ষী মালিক পৰাস্ত।
  • মল্লযুঁজৰ ৬২ কেজি শাখাত খেলিছিল সাক্ষীয়ে।
  • উত্তৰ কোৰিয়াৰ ৰীম জং ছীমৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল সাক্ষীয়ে।
  • ২-১২ পইণ্টৰ ব্যৱধানত পৰাস্ত হয় সাক্ষী।
  • সাক্ষীয়ে পদক পাব বুলি আশাৰে বাট চাইছিল দেশবাসীয়ে।
  • দেশবাসীকে নিৰাশ কৰিলে সাক্ষী মালিকে।
  • ৰিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল সাক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in