শেহতীয়া খবৰ
আনুষ্ঠানিকভাৱে মন্ত্ৰীৰ আসনত বহিল যোগান মোহন  •  মঙলবাৰৰ পৰা মথুৰাপুৰত কেৱল কাল সংহতি সংঘৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ, প্ৰতিনিধি, বাপ-বান্ধৱৰ উপস্থিতিত উদুলি-মুদুলি অধিৱেশন থলী  •  ভুৱা ডিগ্ৰী গোচৰত উচ্চ ন্যায়ালয়ে কৰিলে অযোগ্য ঘোষণা, দিল্লীৰ ত্ৰিনগৰ সমষ্টিৰ পৰা জীতেন্দ্ৰ সিঙৰ পৰিৱৰ্তে পত্নীক টিকট দিলে AAP-এ  •  গহপুৰত ধুমুহাৰ তাণ্ডৱ...  •  শুভবুদ্ধি উদয় হ'ল আৰক্ষীৰ! ভাইৰেল ভিডিঅ'ৰ বাবে থানাত হাজিৰ হ'ব নালাগে হিমাংশু...  •  শুভবুদ্ধি উদয় হ'ল আৰক্ষীৰ! ভাইৰেল ভিডিঅ'ৰ বাবে থানাত হাজিৰ হ'ব নালাগে হিমাংশু...  •  গণৰাজ্য ‌দিৱসৰ প্ৰাকক্ষণত চৰাইদেউত বিস্ফোৰণ...  •  মঙলবাৰে লক্ষ্ণৌলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ  •  গুজৰাটত বিধ্বংসী অগ্নিকাণ্ড  •  নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভাষা, সংস্কৃতি বিপন্ন কৰিব, অসমত ২০২৬ বৰ্ষত হ’বলগীয়া নিৰ্বাচনত অসমীয়াই অস্তিত্ব হেৰুৱাবঃ অগপ বিধায়ক

জয়শ্ৰী গোস্বামী মহন্তলৈ সাহিত্য অকাডেমী বঁটা…

368
  • জয়শ্ৰী গোস্বামী মহন্তলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী বঁটা।
  • ‘চাণক্য’ গ্ৰন্থৰ বাবে জয়শ্ৰী গোস্বামী মহন্তলৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমী।
  • ২০১৮ চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল জয়শ্ৰী গোস্বামীয়ে।
  • জয়শ্ৰী গোস্বামী মহন্ত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি